Anubhabi Hiya Lyrics In Bengali (অনুভবী হিয়া) in 2021

Read the latest Anubhabi Hiya lyrics from here and enjoy the pleasant song form here.

Anubhabi Hiya Lyrics In Bengali

অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰি নিশাত তোমাৰে আগমন
জোনাকী আকাশত উমলে এই মন

অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰি নিশাত তোমাৰে আগমন
জোনাকী আকাশত উমলে এই মন

শৰতৰ প্ৰতিটো সন্ধিয়াত
তোমাৰেই নাচোন
তোমাৰ হাঁহিতেই জীপাল
এহেজাৰ সপোন

তুমি শৰতৰ অচিনাকী সুৰ
বিয়পি যাই বহু দূৰ সুদূৰ

তোমাৰেই নাচোন

এহেজাৰ সপোন

তোমাৰেই নাচোন

এহেজাৰ সপোন

দশোদিশে বিয়পি উভতিবা
হিয়াতে থিতাপি ল’বলৈ
শুনাচোন ৰোৱা কিছু‌ সময়
আছে বহু কথা ক’বলৈ
কিছু কথা প্ৰেমৰ ভাষাৰ
সাঁচি থোৱা বহু আগৰেই পৰা
অনুমতি হ’লে তোমাৰ
উতি যাবো মোৰ মনৰে পৰা

শৰতৰ প্ৰতিটো সন্ধিয়াত
তোমাৰেই নাচোন
তোমাৰ হাঁহিতেই জীপাল
এহেজাৰ সপোন

অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰি নিশাত তোমাৰে আগমন
জোনাকী আকাশত উমলে এই মন

Anubhabi Hiya Lyrics in English

Anubhabi Hiyat
Tumarei Khihoron
Junaki Xondhiyar xemeka Eii Mon
Ujagori Nixat
Tumarei Agomon
Junaki Akaxot Umole ei Mon{2}

Xorotor Protitu Xondhiyat
Tumarei Nasun
Tumar Hahite
Jipaal Ehejar Khopun

Tumi xorotor osinaki Xur
Biyopi jai bohu dur xudur

Tumarei Nasun

Ehejar Khopun

Tumarei Nasun

Ehejar Khopun

Doxudixe biyopi ubhotiba
Hiyate thitapi loboloi
Xunasun rua kisu xomoi
Ase bohu Kotha koboloi

Kisu Kotha premor bhakhar
Xasi thua bohu agorei pora
Onumoti hole Tumar
Uti jabo Mur monore pora

Xorotor Protitu Xondhiyat
Tumarei Nasun
Tumar Hahite
Jipaal Ehejar Khopun

Anubhabi Hiyat
Tumarei Khihoron
Junaki Xondhiyar xemeka Eii Mon
Ujagori Nixat
Tumarei Agomon
Junaki Akaxot Umole ei Mon

Leave a Reply

Your email address will not be published. Required fields are marked *